
Pratibhu Dutta
blogs from Guwahati


ইঞ্জিনিয়াৰিং কলেজৰ দ্বিতীয় বৰ্ষ পাইছো ৷ ইঞ্জিনিয়াৰিং কলেজত সোমালো বুলি মনত অকনমান শান্তি, অকনমান গৰ্ব ৷ একো নহ'লেও ইঞ্জিনিয়াৰ এজন হৈ ওলাম বুলি মনতে অকনমান সকাহ ৷ কেনেকৈ জানো মনলৈ ভাব এটা আহিল কেনেবাকৈ যদি গাৰ্লফ্ৰেন্ড এজনী গোটাব পাৰিলো হেতেন বৰ ভাল হ'ল হয় ৷ ইতিমধ্যেই লগৰ বহুতৰে গাৰ্লফ্ৰেন্ড গোট খালে...
Posted on 30 June 2014 | 12:08 am
Read postমোৰ হেনো দুমাহ নৌ হওঁতেই দেউতাহঁত এই ঠাইখনলৈ আহিছিল ৷ দেউতাই ক'ল ইন্ডিয়াত চাকৰি কৰিছিল ৷ একাউন্টেন্ট ৷ প্ৰথমে দুবছৰমান হেনো আমি তিলেশ্বৰ বৰদেউতাহঁতৰ ঘৰত ভাৰাত আছিলো ৷ তাৰ পাছতে দেউতাই চেগুণবাৰীত এই ঘৰটো সাজিলে ৷ সৰু কালছোৱাত চেগুণবাৰীৰ সেই সেউজ পৰিবেশত আমি যে কেনেকৈ ডাঙৰ হৈছিলো আজি কলিকতাৰ এই ফ্লেটট...
Posted on 27 June 2014 | 12:27 pm
Read post(স্বামী-স্ত্ৰী দুয়োৰে কাম-বন নাই ৷ ড্ৰয়িং ৰূমৰ ছোফাত বহি কথা পাতি আছে ৷ ) স্ত্ৰী : হেৰা তুমি মোক বিয়া কৰাই সুখী নে ? স্বামী (বাতৰি কাকত পঢ়ি পঢ়ি ) : অ অ ! স্ত্ৰী (আপত্তি কৰি ) : ভালকৈ কোৱা না ! স্বামী : বিৰাট সুখী ! তাম্মাম সুখী ! চুমা এটা খাই দিওঁ নেকি ? স্ত্ৰী : তোমাৰ খালি ফাল্টু কথা ! মই চিৰিয়াছলী...
Posted on 20 June 2014 | 9:23 am
Read post