


I have been away from this space for a while. So, on this Women's Day, I feel like sharing a small experience from the evening that stayed with me longer than I expected. It wasn't dramatic. It didn't change the world. But it did change something in the way I looked at it. I am... Continue reading N...
Posted on 8 March 2026 | 11:11 pm
Read postমৰমৰ, হয়তো তুমি আজিও নাজানা যে,তোমাৰ মাতষাৰ শুনাৰ নামতেইকিমান টকা পিচিঅ'ত বাকী কৰিছিলো !মিছা কৈছো যদি বৈৰাগীমঠৰ ছাজিদ দাৰদোকানলৈ গ'লে মোৰ কথা সুধিবা;বাকিবোৰে হয়তো মোক দেখিয়েইপ্ৰায় উভতি গৈছিল |লগৰবোৰেও কৈছিল,"এইটো প্ৰেমত পাগল হ'ল দেই !"নাজানো | সঁচাকৈয়ে নাজানিছিলো |প্ৰেম, ভালপোৱা - এইবোৰ কিএকোয়েই...
Posted on 17 October 2020 | 8:33 am
Read postকালি তুমি সুধিছিলা -"কেনে আছা তুমি ?" বুলি |তোমাক দুখ নিদিয়াৰ প্ৰতিশ্ৰুতিতউত্তৰ দিছিলো - "মোৰ ভালেই"বুলি মিছা মাতি |অকল কথিত ভাষাবোৰেই যদি শুৱদি হয়,মইও অকথিত মৌণতাৰ পুজাৰী |...
Posted on 28 August 2020 | 6:22 am
Read post