
Lakhya Prohor Bordoloi
blogs from Tezpur

Lakhya Prohor Bordoloi's latest posts on IndiVine
জীৱন এনেদৰেই [অসমীয়া স্বৰচিত কবিতাৰ ই-কিতাপ] (1 votes)
Posted 11 years ago under Entertainment > Book Reviews

Posted 11 years ago under Entertainment > Book Reviews
...অকস্মাৎ মই; দুৰণিত এখন ঘন অৰণ্য দেখা পালোঁ৷ অৰণ্যখনৰ মাজেৰে চকুৰে মণিব পৰালৈকে এটা পোন দীঘলীয়া বাট৷ কিবা এক পুৰাতন আকৰ্ষণত মই যেন আগুৱাই গ'লো সেইফালে৷ তেনেতে দেখিলোঁ দীঘলীয়া পোন বাটটোৱে কেইবাটাও বাট হৈ পোৱালি মেলিছে৷ মই আচৰিত হ'লো৷ কথাবোৰ জুকিয়াই থাকোতেই ক'ৰ পৰা জানো এটি পখিলাই উৰি আহি ক'লে- "কোৱ...
Posted on 16 April 2021 | 12:12 pm
Read postড° অৰবিন্দ ৰাজখোৱাৰ "নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব" নামৰ সংকলনখনত ইতিমধ্যে বিভিন্ন কাকত আৰু আলোচনীত প্রকাশিত তেখেতৰ মুঠ ৩২ টা প্রৱন্ধক একেলগ কৰি 'বনলতা'ই প্রথম সংস্কৰণ প্রকাশ কৰিছে অক্টোবৰ, ২০১৭ ত। সাধাৰণতে মই প্রৱন্ধৰ কিতাপ পঢ়ি ভালপোৱা মানুহ নহয়। দুই তিনিখনমানহে হয়তো পঢ়িছোঁ। ইয়াৰ আগতে মই তেখেতৰ লেখা...
Posted on 3 October 2020 | 9:30 pm
Read postমই এইটো কথা ভালকৈ জানো যে মোৰ আশে-পাশে থকা বহুত মানুহতকৈ মই বহুত কিবা-কিবি বেছিকৈ জানো, যিবোৰ তেওঁলোকে নাজানে৷ ...আৰু কেতিয়াবা যে জানিব পাৰিব তাতো খুব সন্দেহ আছে৷ তথাপি মই সদায় নিজকে এটা জধামূৰ্খ বুলিয়েই জ্ঞান কৰি আহিছোঁ৷ সঁচা কথা ক'বলৈ গ'লে কেতিয়াবা মই বৰ বেঙা মানুহৰ দৰেও প্ৰশ্ন কৰোঁ৷ সৰুৰে পৰাই মই...
Posted on 7 September 2020 | 1:41 pm
Read post