83 তম জন্মদিনৰ শুভক্ষণত মহানায়ক তথা অসাধাৰণ গতিশীল ব্যক্তিত্বৰ অধিকাৰী "চিৰসেউজ অমিতাভ বচ্চনজী"লৈ অলেখ আন্তৰিক শুভকামনা জনালোঁ। তেখেতৰ দীৰ্ঘ সক্ৰিয়তা তথা সুস্বাস্থ্যৰ কামনা কৰিলোঁ । Happy 83rd birthday to Shri Amitabh Bachchan Sir, the living legend of Indian Cinema. May you always be blessed with an abundance of health and happiness. Thank you for continuing to inspire us all. We love you, Sir!