" ইউকেলিপ্টাছ গছৰ দৰে ওখ হব খোজো মই, চিৰদিন চিৰন্তন, আকাশ চুব খোজো মই..... '' শুভ জন্মদিনৰ প্ৰাকক্ষণত শ্ৰদ্ধাৰে প্ৰণিপাত জনালোঁ মৰমৰ, চিৰসেউজ "জুবিনদা"লৈ। আপুনি সদায়েই সকলোৰে মাজত সজীৱ, উজ্জ্বল নক্ষত্ৰৰ দৰে উজলি থাকিব। Remembering the legend and the 'Heartthrob of Assam' Zubeen Garg On his birth anniversary. We all miss you...Zubeen Da Forever.... Today 18th November, 53rd Birth Anniversary of the Music Icon, Singer, Filmmaker, Actor, Poet Zubeen Garg