'সদৌ গুৱাহাটী ছাত্র সন্থা'ৰ উদ্যোগত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত জজ খেলপথাৰত অনুষ্ঠিত" মুকলি বিহুৰ" কেইটিমান দৃশ্যাংশ ( ১৪ এপ্ৰিল ২০২২) "Mukoli Bihu" organized by The 'All Guwahati Students’ Union' at Judges Field playground, Guwahati, Assam, on the occasion of Rongali Bihu on 14th April 2022, Here few photographs.